June 11, 2025 11:46 AM

views 56

দেশত সম্প্ৰতি COVID সংক্ৰমিত লোকৰ সংখ্যা ৬,৮১৫

দেশত সম্প্ৰতি ৬,৮১৫ জন লোকৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে ৭,৬৪৪গৰাকী COVID ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। COVIDত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস-প্রশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউম’নিয়াকে ধৰি বিভিন্ন ৰোগত আক্রান্ত আছিল বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে COVIDৰ এই নতুন প্ৰকাৰক লৈ ভীতিগ্ৰস্ত নহ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ইপিনে, মণিপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰাৰ ...