January 14, 2025 8:54 PM

views 41

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ভাৰতে মস্কো মহল আৰু নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ ওচৰত উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ৰুছ সেনা বাহিনীৰ হৈ কাম কৰি থকা বাকী ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে সেৱা মুক্ত কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে ৰাচিয়াৰ সেনা বাহিনীত নিয়োজিত কেৰালাৰ এগৰাকী লোকৰ মৃত্যুক লৈ গভীৰ শোক প্রকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কৈছে যে, কেৰালাৰ আন এগৰাকী লোক আহত হৈছে আৰু তেওঁ সম্প্ৰতি মস্কোৰ এখন চিকিৎসালয়ত ...