November 7, 2026 1:00 PM
2
দ্বিতীয়খন এদিনীয়াত ভাৰতক বিজয়ৰ বাবে নিউজিলেণ্ডৰ ১৩৫ ৰানৰ লক্ষ্য নির্ধাৰণ
ৱেলিংটনত আজি অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত নিউজিলেণ্ডে ভাৰতক বিজয়ৰ বাবে ১৩৫ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে ৩০ ৰান খৰচ কৰি ৪ টা উইকেট দখল কৰে। নিউজিলেণ্ডৰ হৈ ডি মিটছেলে সর্বাধিক ৫৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে অকলেণ্ডত অনুষ্ঠিত বর্ষাবিঘ্নিত প্রথমখন খেলত ৫ উইকেটত জয়লাভ কৰা ভাৰতীয় দলে আজি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বা...