September 16, 2026 7:09 PM
7
নিউজিলেণ্ড আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ
নিউজিলেণ্ডৰ প্ৰধানমন্ত্রী ক্রিষ্টোফাৰ লাক্সনে আজি ভাৰতৰ সৈতে দেশৰ মুক্ত বাণিজ্য চুক্তিক এক যুগান্তকাৰী চুক্তি হিচাপে প্ৰশংসা কৰে –যিয়ে ১৪০ কোটি ভাৰতীয় গ্ৰাহকৰ বাবে প্ৰবেশৰ দ্বাৰ মুকলি কৰিব আৰু নিউজিলেণ্ডত চাকৰি আৰু উপাৰ্জন বৃদ্ধিত সহায় কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলাক্সনে কয় যে এই চুক্তিয়ে চৰকাৰৰ প্ৰথম কাৰ্যকালত ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি সুৰক্ষিত কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলে কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ড সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি ৰূপায়ণৰ বাব...