December 20, 2025 11:58 AM

views 39

ভাৰত-নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ সমিতি গঠনৰ বিষয়ে ঘোষণা

ভাৰত আৰু নেডাৰলেণ্ডছে এখন বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত-নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ সমিতি গঠনৰ কথা ঘোষণা কৰিছে। দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই যুটীয়া সমিতিখন হৈছে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ডাটছ বিদেশমন্ত্রী ডেভিদ ভেন ৱিলৰ ভাৰত ভ্ৰমণৰ সময়ত কালি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয় আৰু নেডাৰলেণ্ডছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মাজত আনুষ্ঠানিকভাৱে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত...