October 6, 2025 8:52 PM

views 32

পৰহিৰ পৰা যশোভূমিত চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত মোবাইল কংগ্ৰেছ ২০২৫ আৰম্ভ

অহা ৮ অক্টোবৰৰ পৰা নতুন দিল্লীৰ যশোভূমিত চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত মোবাইল কংগ্ৰেছ ২০২৫ অনুষ্ঠিত হব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত উদ্ভাৱক, নীতি নির্ধাৰকসকল উপস্থিত থাকিব। যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি এই অনুষ্ঠানৰ পর্যালোচনা কৰে। তেওঁ প্রদর্শনী অঞ্চলসমূহ ভ্রমণ কৰে আৰু একাংশ অংশগ্ৰহণকাৰীৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিব। এই অনুষ্ঠানত ১৫০খনৰো অধিক দেশৰ ১ লাখ ৫ হাজাৰতকৈও অধিক দর্শক আৰু ৭ হ...