December 24, 2025 10:23 AM

views 43

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ’লৈ নিৰ্বাচিত

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ'লৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰাম মোহন নাইডুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডই বিশ্ব পৰ্য্যায়ত অভূতপূৰ্ব স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীনাইডুৱে কয়, যে তেওঁ আই চি এ অ'ৰ নো-কাউন্ট্রি লেফ্‌ট বিহাইণ্ড উদ্যমৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনৰ সমীক্ষা কৰিছে। ভাৰতে উন্নয়নশীল দেশলৈ সহায় আগবঢ়োৱা...