September 27, 2024 1:17 PM

views 23

ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশত পৰিগনিত হৈছেঃ প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোগীয়ে কৈছে যে ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশ হিচাপে পৰিগনিত হৈছে। নতুন দিল্লীৰ অনুষ্ঠিত দুদিনীয়া ভাৰত চেনি আৰু জৈৱ-শক্তি সন্মিলন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চেনি উদ্যোগ কেৱল এটা অর্থনৈতিক স্তম্ভয়েই নহয়, বৰং ই ভাৰতৰ নবীকৰণ শক্তিৰ ক্ষেত্ৰখনৰো এটা গুৰুত্বপূৰ্ণ চালিকা শক্তি আৰু এই উদ্যোগটো অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ চেনি উৎপাদন সন্দৰ্ভত মন্ত...