April 15, 2024 8:06 PM

views 98

সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ নতুন দিল্লীত ষষ্ঠদশ বৈঠক

নতুন দিল্লীত আজি সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ ষষ্ঠদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা নতুন আৰু উন্নত প্রযুক্তি, সন্ত্রাসবাদী কাৰ্য্য-কলাপৰ বাবে ইন্টাৰনেটৰ অপ-ব্যৱহাৰ, মৌলবাদ তথা সন্ত্রাসবাদী গোটক বিত্তৰ যোগান আদিকে ধৰি সন্ত্ৰাসবাদ প্রতিহত কৰাৰ প্ৰত্যাহ্বানসমূহৰ মূল্যায়ণ কৰা হয়। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, দুয়ো পক্ষই লগতে নিজ নিজ অঞ্চলত সন্ত্রাসবাদৰ ভাবুকি সন্দৰ্ভতো মত বিনিময় কৰে। বিদেশ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কে ডি দেৱালে...