July 19, 2025 10:05 PM

views 28

ভাৰত আৰু চাৰিখন ইউৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’বঃ পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে ভাৰত আৰু চাৰিখন উইৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা এক অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰতীয় সংলগ্ন বাণিজ্য সংঘ আৰু উদ্যোগ সহযোগত আয়োজিত অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰৰ ১০ মাৰ্চত দুয়ো পক্ষই বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছিল। উল্লেখযোগ্য যে ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাই ১০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে, য'ত চুক্তি কাৰ্যকৰী হোৱাৰ ১০ বছৰৰ ভিতৰত পাঁচ হাজাৰ কোটি ...