April 2, 2025 1:01 PM

views 30

দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু চিলিৰ কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কালি কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। দুয়োপক্ষই লগতে এণ্টাৰ্কটিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়াল ব'ৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। শ্রীমোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনাবলৈ পাই অত্যন্ত আনন্দিত বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰি লগতে কয়, যে চিলি লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ...

April 1, 2025 7:40 PM

views 49

ভাৰত আৰু চিলিৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় সম্পৰ্কত কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োপক্ষই লগতে এণ্টাৰটিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়াল ব'ৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। শ্রীমোদীয়ে প্ৰেছ বিবৃতিযোগে কয় যে চিলি লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ কয়, যে আজিৰ আলোচনাই অনাগত দশকত সহযোগিতা বৃদ্ধিৰ নতুন উদ্যমৰ অন্বেষণৰ সহায় কৰি...