September 27, 2025 6:59 PM

views 21

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিবেশনত শেহবাজ শ্বৰিফে দিয়া ভাষণক ভাৰতৰ কঠোৰ ভাষাৰে গৰিহণা

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিবেশনত পাকিস্তানৰ প্ৰধানমন্ত্রী শেহবাজ শ্বৰিফৰ ভাষণক ভাৰতে কঠোৰ ভাষাৰে গৰিহণা দিছে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা আৰু ভাৰত-পাকিস্তান সংঘৰ্ষৰ সত্যতাক ঢাকি ৰখা বুলি অভিযোগ কৰিছে। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী মিচনৰ প্ৰথম সচিব পেটেল গেহলটে কয় যে সাধাৰণ পৰিষদ আজি পুৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অসত্য কৌশলৰ সাক্ষী হ'বলগীয়া হৈছে। শ্বেহবাজ শ্বৰিফে পুনৰ নিজ দেশৰ বিদেশ নীতিৰ মূল বিষয়টো উদঙাই দি সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰিলে বুলিও শ্রীমতী গেহলট...