October 27, 2025 12:19 PM

views 53

২০২৬ বৰ্ষক আছিয়ান ভাৰত সামুদ্রিক সহযোগিতা বর্ষ হিচাপে ঘোষণা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আছিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে কালি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্ৰায় এক চতুর্থাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহ অকল ভৌগলিকভাৱেহে সংযুক্ত নহয় বৰং ঐতিহাসিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰমূল্যৰ ডোলেৰে বান্ধ খাই আছে। শ্রীমোদীয়ে কয় যে বৰ্তমানৰ অনিশ্চয়তাৰে ভৰা এই সময়তো ভাৰত আছিয়ান সর্বাত্ম...