October 8, 2026 12:57 PM

views 3

আজি ৯৪ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস

আজি ৯৪ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস। এইবেলি বায়ুসেনা দিৱস উদযাপনৰ মূল বিষয় হৈছে 'ভাৰতীয় বায়ুসেনা- নির্ভুল, অভেদ্য আৰু নিখুঁত'। বায়ুসেনা দিৱসৰ প্ৰাকক্ষণত আকাশবাণীৰ জৰিয়তে দিয়া বার্তাত চীফ অৱ দি এয়াৰ ষ্টাফ এয়াৰ চীফ মার্শাল অমৰ প্ৰীত সিঙে কয় যে ভাৰতীয় বায়ুসেনা সজাগতা আৰু দৃঢ় দায়বদ্ধতাৰে দেশক ৰক্ষা কৰিবলৈ সদায় সাজু। তেওঁ কয় যে, যোৱা বছৰ অপাৰেচন সিন্দুৰে সংহত বিমান অভিযানৰ গুৰুত্বপূৰ্ণ শক্তিক পুনৰ দৃঢ় কৰি তুলিছিল আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল। তেওঁ কয় যে চলিত বর্ষত বায়ুশক্তি...