December 17, 2025 12:00 PM

views 40

কৃত্রিম বুদ্ধিমত্তাৰ বাস্তৱ প্ৰয়োগৰ সংকলন প্রস্তুত কৰাৰ বাবে বিশ্বজুৰি প্ৰস্তাৱৰ আহ্বান ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ জৰিয়তে কৃষি ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ বাস্তৱ প্ৰয়োগৰ ওপৰত এখন সংকলন প্রস্তুত কৰাৰ বাবে বিশ্বজুৰি প্ৰস্তাৱৰ আহ্বান জনোৱা হৈছে। মন্ত্রালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু কৃষি প্রযুক্তি উদ্ভাৱন কেন্দ্ৰৰ সহযোগত এই পদক্ষেপ গ্রহণ কৰিছে। বিশ্ব বেংক আৰু কিছুমান ব্যক্তিগত প্রতিষ্ঠানে এই অভিযানক সমর্থন আগবঢ়াইছে। মন্ত্রালয়ে বিবৃতিযোগে জনাইছে যে এই সংকলনৰ জৰিয়তে শস্য পৰিকল্পনা উন্নত কৰা, কৃষি কাৰ্...