February 1, 2025 12:19 PM

views 31

দেশত আৰু ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কৰিছে। ইয়াৰ ফলত দেশত মুঠ ৰামছৰ ক্ষেত্ৰৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে বিশ্ব আৰ্দ্ৰ ভূমি দিৱসৰ পূৰ্বে তামিলনাডুৰ ছাক্কাৰাকুট্টাই পক্ষী উদ্যান আৰু তাৰথাংগল পক্ষী উদ্যান, ছিকিমৰ খেচেউপালৰী আৰ্দ্ৰ ভূমি আৰু ঝাৰখণ্ডৰ উধৱা হ্ৰদক ৰামছৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই প্ৰসংগত কয়, যে ভাৰতত বিশ্বৰ ভিতৰত তৃতীয় সৰ্বাধিক আৰু এছিয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক ৰামছৰ ক্ষেত্র আছে। তেওঁ...