August 17, 2024 7:04 PM

views 57

ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট কাৰ্যসূচী

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দেশজুৰি পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডি বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। ধর্মঘটৰ অংশ হিচাপে ৰাজ্যতো চিকিৎসসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে। গুৱাহাটী চিকিৎসা মহাবি...

April 9, 2024 8:14 PM

views 88

দেশৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰততো বৰষুণৰ লগতে তুষাৰপাত, ধুমুহা গাজনীৰে বজ্ৰপাত হ’ব বুলি আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে মধ্য প্রদেশ, চত্তিশগড়, বিদর্ভ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গংগা উপত্যকা অঞ্চল, ঝাৰখণ্ড, ওড়িশা, বিহাৰ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধুমুহা গাজনীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। ইপিনে, বিভাগটোৱে অহা ৭ দিনত তেলেংগানা, কেৰালা আৰু মাহেটো ধুমুহা, বৰষুণ আৰু বজ্ৰপাত হব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। মধ্য প্ৰদেশ আৰু বিদৰ্ভত কাইলৈ ঠায়ে ঠায়ে শিল বৰষুণ হ'ব পাৰে বুলিও বিভাগে লগতে প্ৰকাশ কৰিছে। আনহাতে, অহা ৫ দিনত উত্তৰ পূৱ ভাৰতত...