January 2, 2026 11:37 AM

views 27

২০২৫ বর্ষত সমগ্র বিশ্বত মুঠ ১২৮ জন সাংবাদিক আৰু সংবাদ কর্মীক হত্যা কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চৰ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চ IFJ-ই ২০২৫ বর্ষত সমগ্র বিশ্বত মুঠ ১২৮ জন সাংবাদিক আৰু সংবাদ কর্মীক হত্যা কৰা হৈছে বুলি প্রকাশ কৰিছে। সংবাদ জগতৰ বাবে বিগত বছৰটো এটা প্রাণঘাটি বছৰ আছিল বুলিও সংস্থাটোৱে মতপ্রকাশ কৰে। IFJ -ই এখন প্রতিবেদন যোগে প্ৰকাশ কৰা অনুসৰি মধ্যপ্রাচ্য আৰু আৰৰ অঞ্চলত বিশ্বৰ প্ৰায় ৫৮ শতাংশ অর্থাৎ৭৪ জন সাংবাদিকে প্রাণ হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটো সবাতোকৈ বিপদজনক হিচাপে পৰিগণিত হৈছে। কেৱল পেলেষ্টাইনতে গাজা যুদ্ধৰ ফলত ৫৬ জন সাংবাদিকৰ মৃত্যু হয়। য়েমেনত ১৩ জন, ইউক্রেইনত ৮ জন ছুদানত ৬ জ...