June 13, 2026 1:18 PM

views 17

৪ দিনীয়াকৈ আয়োজন কৰা আৱাসীক প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানত প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে ৪ দিনীয়াকৈ আয়োজন কৰা আৱাসীক প্রশিক্ষণ কাৰ্যসূচী কালি সফলতাৰে সামৰণি পৰে। যোৱা ৯ জুনৰ পৰা অনুষ্ঠিত এই ৪ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জিলাৰ ৪৪ গৰাকী বিষয়া আৰু অসম লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ ১৫ গৰাকী বিষয়াকে ধৰি মুঠ ৫৯ গৰাকী বিষয়াক প্রশিক্ষণ প্রদান কৰা হয়। এই প্রশিক্ষকসকলে পৰৱৰ্তী সময়ত এহেজাৰ ১০৯ গৰাকী ক্ষেত্র প্রশিক্ষকক প্রশিক্ষণ প্রদান কৰিব। ২০২৭ চনৰ লোকপিয়লৰ ফলপ্ৰসু পৰিচালনাৰ বাবে ৰাজ্যজুৰি ৮৩ হাজাৰ ...