November 26, 2025 12:11 PM

views 51

আইচিচিৰ ২০২৬ৰ পুৰুষৰ টি-২০ বিশ্বকাপ সম্পূৰ্ণ সূচী ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আইচিচিয়ে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী ঘোষণা কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বিতীয়বাৰলৈ যৌথভাৱে আয়োজন কৰা প্রতিযোগিতাখন অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব।  ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ'ব। পাকিস্তানে তেওঁলোকৰ সকলো খেল শ্রীলংকাত খেলিব। ২০২৬ চনৰ টি-২০ বিশ্বকাপত ২০টা দলে অংশগ্ৰহণ কৰিব আৰু দলকেইটাক চাৰিটা গ্ৰুপত ৰখা হৈছে। ভাৰতক গ্ৰুপ এ'ত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান, নেদাৰলেণ্ড, নামিবিয়া আৰু আমেৰিকাৰ ...

November 3, 2025 12:44 PM

views 62

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ প্রথমটো খিতাপ জয়

নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্প'র্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰি মহিলা বিশ্বকাপত প্রথমটো খিতাপ জয় কৰে। দক্ষিণ আফ্রিকাই ২৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। লণ্ডৰা উলভার্টে সর্বাধিক ১০১ ৰান কৰে। ভাৰতৰ দিপ্তী শৰ্মাই ৫টা আৰু শেফালী বার্মাই দুটা উইকেট দখল কৰে। বৰষুণৰ বাবে প্রায় দুঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ ...