June 14, 2026 12:05 PM
8
আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ’ব
আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বার্মিংহামৰ এজবেষ্টনত হবলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া ১৬খন খেলৰ ভিতৰত ১৩খনতে জয়লাভ কৰিছে। ইপিনে, বিশ্বকাপৰ গ্ৰুপ-বি' এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক ৪০ ৰানত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অ'ল্ড ট্রেফ'ৰ্ডত অনুষ্ঠিত খেলখনত প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ টা ...