November 16, 2025 11:12 AM

views 50

ফ্ৰান্সত হ’বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত ভাৰতীয় বায়ু সেনা

ভাৰতীয় বায়ু সেনাই আজিৰে পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত অংশ ল'ব। বায়ু সেনাই ২৭ নৱেম্বৰলৈকে ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ সৈতে একেলগে এই অনুশীলনত ভাগ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাস্তৱিক অভিযানত যুদ্ধ কৌশল আৰু প্ৰক্ৰিয়াৰ সংশোধনে এই অনুশীলনৰ মূল উদ্দেশ্যে। মন্ত্রালয়ে লগতে কয়, যে এই অনুশীলনে দুয়োখন দেশৰ বায়ু সেনা বাহিনীক পেচাদাৰীভাৱে বাৰ্তালাপৰ লগতে অভিজ্ঞতাৰ আদান-প্ৰদান আৰু শ্ৰেষ্ঠ কৌশলসমূহৰ বিনিময়ৰ সুযোগ প্ৰদান কৰিব। অনুশীলনৰ স...