November 19, 2024 7:03 PM

views 32

আই টি এফ জুনিয়ৰ টেনিছ প্ৰতিযোগিতাত পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপ তথা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপে ল’ৰাৰ তথা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলাই ছোৱালীৰ চলিত আই টি এফ জুনিয়ৰ [জে-৬০] টেনিছ প্ৰতিযোগিতাৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ডাবলছ শাখাৰ খেল আজিৰে পৰা আৰম্ভ হৈছে৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনাৰ খেলত পাৰ্থিৱ আৰু ৰিয়ানে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰে আন এটা যুটি চান্দোগ্য টি পাঠক আৰু...