December 6, 2024 9:04 PM

views 35

ৰাজ্যৰ ভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস আজি উদযাপন কৰা হয়। গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইতীৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত গৃহৰক্ষী বাহিনী দিৱসত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰে। দিৱস উপলক্ষে পেৰেড আৰু দুঃসাহসিক ক্ৰীড়াও প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়া জিলাতো অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে পুৱা চাফাই অভিযান আয়োজিত হোৱাৰ লগত...