June 20, 2025 11:16 AM

views 23

গৃহমন্ত্রী অমিত শ্বাহৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কালি সন্ধিয়া বেংগালুৰুত উপস্থিত হৈছে। কালি শ্ৰীশ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আজি আদি চুনচানগিৰি বিশ্ববিদ্যালয়ৰ বেংগালুৰু চৌহদটো উদ্বোধন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে তেওঁ বিশ্ববিদ্যালয়খনৰ বেংগালুৰু চৌহদ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকিব। ইয়াৰ পাছত শ্ৰীশ্বাহে অহা ২২ জুনত দুদিনীয়া কাৰ্যসূচীৰে চত্তিশগড়লৈ যাব। অভ্যন্তৰীণ সুৰক্ষা আৰু অঞ্চলটোৰ বিকাশৰ বাবে ক...