June 25, 2025 9:59 PM

views 21

নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ইয়াৰ বিৰুদ্ধে এগৰাকী যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক এই গ্ৰন্থখনত স্থান দিয়া হৈছে। গণতন্ত্ৰৰ প্ৰমূল্যসমূহ ৰক্ষা আৰু ইয়াৰ প্ৰচাৰৰ বাবে শ্রীমোদীয়ে কেনেদৰে তেওঁৰ জীৱন অতিবাহিত কৰিছে তাৰ সবিশেষ বর্ণনা কৰা হৈছে। শ্ৰীমোদীৰ সৈতে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অত্যাচা...