April 7, 2025 12:05 PM

views 23

জম্মু-কাশ্মীৰক উপযুক্ত সময়ত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ’বঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাসকলক আশ্বাস প্ৰদান কৰি কয়, যে জম্মু অঞ্চলৰ সন্ত্ৰাসজৰ্জৰিত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্রণলৈ অনা হ'ব। জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয়, যে উপযুক্ত সময়ত জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ'ব। শ্ৰীশ্বাহে জন্মৰ ত্ৰিকূটা নগৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙৰ উপস্থিতিত ২৮ জন দলীয় বিধায়কৰ সৈতে হোৱা বৈঠকত এই কথা...