October 28, 2025 8:49 PM

views 46

এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

হিন্দুস্তান এৰ'নাটিকছ লিমিটেডে এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ পাবলিক জইন্ট ষ্ট'ক কোম্পানী ইউনাইটেড এয়াৰ ক্রাফট কৰ্পৰেছনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এক বাৰ্তাযোগে দেশৰ অসামৰিক বিমান পৰিবহন খণ্ডত এক উল্লেখযোগ্য পদক্ষেপ বুলি প্রশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে উড়ান আঁচনিৰ অধীনত এছ জে-১০০ যাত্রীবাহী বিমানে চমু দূৰত্ব সংযোগৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিব বুলি উল্লেখ কৰে। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত অ...