April 29, 2025 11:11 AM

views 35

জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৰ্ৱৰ্তী স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ চলি থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰত প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধু...