February 6, 2025 12:32 PM

views 29

সংৰক্ষিত কীৰ্তিচিহ্নৰ স্বীকৃতি নোপোৱা, আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰা কীৰ্তিচিহ্নসমূহৰ চিনাক্তকৰণ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুৰাতত্ব আইনৰ অধীনত এতিয়াও সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি নোপোৱা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ থকা আহোম ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্তকৰণ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানৰ দখল প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন গ...