June 10, 2026 7:39 PM

views 14

হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত

হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাচৰৰ বিধায়ক মহিবুৰ ৰহমান আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি প্রায় ২৫ টা বিভাগৰ মুৰববী আৰু বিষয়াসকল উপস্থিত থাকে। বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুবিধাৰ সৈতে জড়িত বিষয়সমূহ পর্যালোচনা কৰা হয়। সাংসদ ৰকিবুল হুছেইনে এই আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক প্রয়োজনীয় নিৰ্...