December 25, 2025 11:20 AM

views 48

ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত

অলিম্পিকত দেশৰ হৈ দুবাৰকৈ পদক অৰ্জন কৰা আৰু ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰতি বছৰে ক্ৰীড়া ক্ষেত্ৰত দেশৰ এই সৰ্বোচ্চ সন্মানটো প্ৰদান কৰি আহিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ উপাধ্যক্ষ গগন নাৰং, প্রাক্তন হকী খেলুৱৈ এম এম ছোমায়া আৰু প্ৰাক্তন বেডমিণ্টন খেলুৱৈ অৰ্পণা পোপাটক সদস্য হিচাপে লৈ গঠিত এখন তিনিজনীয়া বাছনি সমিতিয়ে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বিজয়...