November 21, 2025 8:39 PM

views 46

হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন

পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত অৱস্থিত ঐতিহ্যমণ্ডিত হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বৈঠাংলাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণে আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অন্তৰ্গত ৭ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই বিদ্যালয় ভৱনটোত শিক্ষাৰ্থীৰ বাবে অত্যাধুনিক সা-সুবিধা উপলব্ধ হ'ব বুলি বিধায়ক ৰূপছিং টেৰণে জনাইছে। জিলা সদৰ হামৰেণৰ একমাত্ৰ ইতিহাসপ্রসিদ্ধ এই বিদ্যালয়খনিৰ নতুন ভৱনে শিক্ষাৰ ক্ষেত্ৰত অন্য ...