January 25, 2025 12:39 PM

views 24

গুৱাহাটীৰ লতাশিল-পাণবজাৰৰ বিভিন্ন পথেৰে অসম আৰক্ষীৰ প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পাণবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে আজি বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমুখৰ পৰা অহা সকলো বাহনে তাৰকাগৃহ পইণ্ট অভিমুখে যাব লাগিব। কুচকাৱাজে তৈয়বুল্লা পথ অতিক্ৰম কৰাৰ পাছত এই বাধা নাথাকিব। কুচকাৱাজ জিলা পুঁথিভঁৰাল অভিমুখে অগ্ৰসৰ হোৱাৰ পাছত এ টি ৰোডৰ পৰা জি এন বি ৰোডেৰে পাণব...