March 27, 2025 8:25 PM

views 18

চলিত বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলা প্রথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলা তৃতীয় স্থানত

চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্রথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সূচাৰূৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ ১৩ হাজাৰ ৩০০ খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু ১৩ হাজাৰ ৯৯২ খন বিদ্যালয়ে এ গ্রেড লাভ কৰিছে। একেদৰে ১৪ লাখ ৬৪ হাজাৰ ৮০৮ গৰাকী শিক্ষার্থীয়ে এ প্লাছ গ্ৰেড আৰু ১২ লাখ ছহেজাৰ ৪৪২ গৰাকী শিক্ষা...