September 3, 2024 6:45 PM

views 67

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাঞ্জাবৰ ৰাজভৱনত শ্ৰী কাটাৰিয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ধন্যবাদসূচক প্ৰস্তাৱ অৰ্পণ কৰে। মন্ত্ৰী দুগৰাকীয়ে অসম আৰু পাঞ্জাবৰ মাজত সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত উদ্যোগ ল'বলৈও পাঞ্জাবৰ ৰাজ্যপালগৰাকীক আহ্বান জনায়। উল্লেখযোগ্য যে অসমৰ প...

July 25, 2024 8:32 PM

views 63

দিনজোৰা কাৰ্যসূচীৰে বৰপেটা জিলা ভ্ৰমণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ কৰি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। আজি দিনজোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণ কৰা ৰাজ্যপাল শ্ৰীকাটাৰীয়াই সংবাদ মাধ্যমৰ ওচৰত এই মন্তব্য কৰে। তেওঁ কয় যে, প্ৰতিগৰাকী লোকে যাতে নিজৰ ভৰিত নিজে থিয় হৈ সমাজখনক প্ৰগতিৰ দিশত ক্ষীপ্ৰগতিত আগুৱাই নিব পাৰে সেই লক্ষ্যৰে চৰকাৰে কাম কৰিছে। এই প্ৰসংগতে বৰপেটা জিলাই সকলো ক্ষেত্ৰতে সন্তোষজনক প্ৰগতি লাভ কৰা বুলি শ্ৰীকাটাৰীয়াই কয়। উল্লেখযোগ্য যে ৰাজ্যপা...