February 16, 2025 8:46 PM

views 45

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভোটগ্রহণ কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ সন্ধিয়া ৬ বজালৈ অব্যাহত থাকে। অহা মঙলবাৰে ভোটগণনা কৰা হ'ব। জুনাগড় পৌৰ নিগমৰ নিৰ্বাচনত দিনৰ ১১ বজালৈ ১৩. ৮১ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ তথ্য প্ৰকাশিত হৈছে। মধ্যৱর্তী তথা তিনিখন তালুকা পঞ্চায়তৰ উপ-নির্বাচন আৰু কেইবাখনো স্থানীয় নিকায়ৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনত জনসা...