July 9, 2025 8:07 PM

views 28

দলং খহাৰ ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ তদন্তৰ নিৰ্দেশ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বডোডৰা জিলাৰ গম্ভীৰাৰ সমীপত আজি পুৱা এখন দলং খহি পৰি ৯জন লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গান্ধী নগৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়টো আলাচনা কৰা হয়। শ্ৰী পেটেলে দলং খন খহি পৰাৰ সন্দৰ্ভত প্ৰাৰম্ভিক তথ্য দাখিল কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পথ আৰু ভৱন বিভাগৰ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আন আন জৰাজীৰ্ণ দলংসমূহৰ তথ্...