October 8, 2026 12:51 PM

views 4

জি এছ এম এ-ৰ ব’ৰ্ড সদস্যসকলৰ সৈতে প্রধানমন্ত্রী মোদীৰ মত বিনিময়

প্রধানমন্ত্রী মোদীয়ে ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৬ৰ পূৰ্বে নতুন দিল্লীৰ সেৱা তীর্থত গ্লোবেল ছিষ্টেম ফৰ মোবাইল কমিউনিকেচন এছ'চিয়েছন-জি এছ এম এ-ৰ ব'ৰ্ড সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে প্রযুক্তি আৰু ডিজিটেল সেৱাসমূহ বিশেষকৈ গোলকীয় দক্ষিণৰ বাবে সহজ আৰু সুলভ হোৱাটো প্রয়োজন। তেওঁ লগতে ডিজিটেল বিভাজন দূৰ কৰাৰ বাবে প্ৰতিজন লোকে যাতে প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰে এই বিষয়তো গুৰুত্ব আৰোপ কৰে। প্রধানমন্ত্রী মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সম্ভাবনাক বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে পৰিবৰ্তনশীল শ...