February 3, 2025 6:29 PM

views 34

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনৰ গ্ৰেমী বঁটা লাভ

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনে দ্য বেষ্ট নিউ এজ, এম্বিয়েন্ট অব চাণ্ট এলবাম শাখাত গ্ৰেমী বঁটা লাভ কৰিছে। লছ এঞ্জেলছত CRYPTO.COM এৰেণাত আজি ৬৭ সংকৎক বার্ষিক গ্রেমী বঁটাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিয়ন্সৰ কাউবয় কাৰ্টাৰ নামৰ এলবামটোৱে বেষ্ট কান্ট্রি এলবাম লাভ কৰে। তেওঁ সৰ্বাধিক ১১টা শিতানত মনোয়ন লাভ কৰিছে। শিল্পীগৰাকীয়ে গ্ৰেমী বঁটাৰ ইতিহাসত সৰ্বাধিক মনোনয়ন পোৱাৰ কৃতিত্ব অর্জন কৰিছে। চাব্ৰিনা কাৰপেণ্টাৰে ছৰ্ট এণ্ড ছুইট এলবামটোৰ বাবে প্ৰথমটো গ্ৰেম...