May 10, 2025 11:52 AM

views 29

দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিতকৰণৰ বাবে চৰকাৰে কোনো ত্রুটি এৰা নাই

চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্রীয় প্রস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই বুলি প্ৰকাশ কৰিছে। বর্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হোৱা বাত...