July 29, 2026 9:41 PM

views 6

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।  বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে।  শ্ৰীআচাৰ্যই উদ্ধাৰ আৰু সাহায্য অভিযান নিৰন্তৰ চলাই নিবলৈ আৰু বান ক্ষতিগ্ৰস্ত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়ে।  বিশেষক...