August 3, 2024 9:00 PM

views 24

ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহক কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত লোকসকললৈ যথাসম্ভৱ সহায় আগবঢ়াবলৈ কৈছে চৰকাৰে

চৰকাৰে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহক কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত লোকসকললৈ যথাসম্ভৱ সহায় আগবঢ়াবলৈ কৈছে যাতে বীমা দাবীসমূহ শীঘ্ৰে নিষ্পত্তি কৰিব পৰা যায় আৰু ধনাদায় দিব পৰা যায়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় জীৱন বীমা নিগমক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ পলিচীধাৰকসকলক শীঘ্ৰে ধনাদায় দিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰ্যালয়ে কৈছে যে, এই ক্ষেত্ৰত ক্ষীপ্ৰতাৰে কাৰ্য সম্পাদন কৰাৰ বাবে আৱশ্যকীয় নথি-পত্ৰৰ প্ৰক্ৰিয়াৰ শিথিল কৰা হৈছে। বীমা কোম্পানীসমূহে ক্ষতিগ্রস্ত ৱায়নাড, পলক্কড়, ক...