September 27, 2024 1:15 PM

views 23

ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক চৰকাৰৰ

চৰকাৰে ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক কৰিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষকে ধৰি স্পৰ্শকাতৰ ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য উদঙাই থকা কিছুমান ৱেবছাইট চিনাক্ত কৰিছে। আধাৰ আইন ২০১৬ৰ ধাৰা ২৯(৪)ৰ অধীনত আধাৰৰ তথ্য ৰাজহুৱাভাৱে প্ৰদৰ্শনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উলংঘাৰ বাবে ইউ আই ডি আই এয়ে ৱেবছাইটসমূহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ইয়াৰ উপৰি ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে চিনাক্ত কৰা ৱেবছাইটসমূহত কিছুমা...