September 3, 2025 12:33 PM

views 32

সংহাৰী ভূমিকম্পৰ কবলত পৰা আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰেৰণ

ভাৰতে সংহাৰী ভূমিকম্পৰ কৱলত পৰা আফগানিস্তানলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি কালি দেশখনলৈ ২১ টন সাহায্য সামগ্ৰী বিমানৰ জৰিয়তে প্ৰেৰণ কৰা হয়। প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত গৰম কাপোৰ, পৰিষ্কাৰ পৰিচন্নতাৰ সামগ্ৰী, পানী জমা কৰি ৰাখিব পৰা বাচন, পাকঘৰত ব্যৱহৃত বাচন বৰ্তন, প্রয়োজনীয় ঔষধ পাতি, হুইল চেয়াৰ, ছেনিটাইজাৰ, পানী পৰিশোধন কৰা টেবলেট, অ' আৰ. এছ আদি অন্যতম। মন্ত্ৰ্যালয়ে কয়, যে ভাৰতে আফগানিস্তানৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু দেশখনলৈ ...