July 27, 2026 11:31 AM

views 22

কমনৱেল্থ গেমছত স্বৰ্ণ বিজয়ী মীৰাবাঈ চানুক উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ অভিনন্দন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেল্থ গেমছত স্বৰ্ণ বিজয়ী মীৰাবাঈ চানুক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপ-ৰাষ্ট্ৰপতিয়ে তেওঁ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষকতাৰ প্ৰশংসা কৰে। প্রধানমন্ত্রী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মীৰাবাঈ চানুক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া প'ষ্টত শ্রীশ্বাহে কয়...