December 25, 2024 7:44 PM

views 36

বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভদ্বাজে জিলাখনৰ ভিতৰত বন্যপ্ৰাণীৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মৰঙী মৌজাৰ বকিয়াল বন খণ্ড কাৰ্যালয়ত নিজে উপস্থিত থাকি পীড়িতসকলৰ পৰা আবেদন গ্ৰহণ কৰিছে। ইপিনে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত হাতী-মানুহৰ সংঘাতৰ ফলত এজন লোক...