February 6, 2025 12:23 PM

views 58

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক কৰ্ণাটকৰ ছেদামত ‘ভাৰত গৌৰৱ’ সন্মান প্ৰদান

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক কৰ্ণাটকৰ ছেদামত আয়োজিত ভাৰতীয় সংস্কৃতি উৎসৱত ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে শ্রী গোস্বামীক এই সন্মান প্রদান কৰা হৈছে। যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটকত অনুষ্ঠিত এই উৎসৱত ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত গোস্বামীয়ে নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষণকে ধৰি সিংহাসন পাহাৰ, নুমলীগড়ৰ কালিয়নী, দৈয়াং সংৰক্ষণৰ লগতে অবৈধ শিল-বালি খননৰ বিৰুদ্ধে কাম কৰি আছে। দিহিং পাটকাই সংৰক্ষণৰ লগ...