June 30, 2025 12:05 PM

views 27

চৰকাৰৰ গ’ আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি

চৰকাৰে গ' আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰিছে। এই এপটোৰ জৰিয়তে জনসাধাৰণে বিভিন্ন চৰকাৰী সেৱাৰ তথ্য সহজতে লাভ কৰিব পাৰিব। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ৰ এই পদক্ষেপে চৰকাৰী পৰিসংখ্যাসমূহ সকলো নাগৰিকৰ বাবে সুলভ আৰু ব্যৱহাৰকাৰীকেন্দ্ৰিক কৰি তোলাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিক বাস্তবায়িত কৰিছে আৰু এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। GoIStats মোবাইল এপ্লিকেচনে ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ে সৰ্বাংগীন তথ্য পৰিৱেশতন্ত্ৰ সৃষ্...