February 22, 2025 9:29 PM

views 24

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে কেইবাগৰাকী মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অধীনৰ বিভিন্ন স্থানত দুষ্টচক্ৰই অব্যাহত ৰখা মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ ঘাটিত আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আহিছে। কালি নিশা ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞজিত দাসৰ নেতৃত্বত চলোৱা অভিযানত ৪৮টা কণ্টেইনাৰ আৰু চাবোনৰ বাকচত লুকুৱাই ৰখা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে বিগত ২২ দি...